Friday, September 18, 2020
বাক্সা জিলাৰ, আলাগজাৰ গাঁওৰ শ্ৰী বীৰেন হালৈৰ ছাগলী পাম য'ত আছে উন্নত জাতৰ ছাগলী যেনে বিটেল, চিৰোহী আৰু থলুৱা জাতৰ ছাগলীৰে আদি কৰি প্ৰায় ২০জনী ছাগলী। বৰমা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ পদ্ম মোহন ৰয়ৰ পৰা লাভ কৰিছে দিহা-পৰামৰ্শ।
Location: Baksa