কেন্দ্ৰৰ নাম | বিশেষত্ব | ঠিকনা | দুৰভাষ |
---|
ইনষ্টিটিউট অৱ ফাৰ্ম মেনেজমেণ্ট | পশুধন, কৃষি, মস্যপালন, উদ্যানপালন ইত্যাদি বিষয়ে ঘৰুৱা সুবিধাৰে সৈতে মিশ্ৰিত প্ৰশিক্ষণ প্ৰদান | ৰাণী, কামৰূপ | |
ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ | কৃষকক প্ৰশিক্ষণ প্ৰদান | চালচাপৰা, কাছাৰ | |
ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ | কৃষকক প্ৰশিক্ষণ প্ৰদান | দলগাওঁ, দৰং | |
ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ | কৃষকক প্ৰশিক্ষণ প্ৰদান | কপাহতলি, যোৰহাট | |
লক্ষিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় | পশুধন আৰু পক্ষী উৎপাদন আৰু ব্যৱস্থাপনা, প্ৰজনন, পুষ্টি আৰু ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিকাৰ | উত্তৰ লক্ষিমপুৰ | ০৩৭৫২-২২৩০১৩৯ |
ট্ৰেইনিং চেণ্টাৰ | কৃষকক প্ৰশিক্ষণ প্ৰদান | ডিমৌ, শিৱসাগৰ | |
ট্ৰেইনিং চেণ্টাৰ | কৃষকক প্ৰশিক্ষণ প্ৰদান | হোজাই, নগাওঁ | |