সংক্ৰমক ৰোগৰ বিষয়ে গৱেষণা আৰু ইয়াৰ প্ৰতিকাৰৰ সন্দৰ্ভত পৰম্পৰাগত পদ্ধতিৰ তুলনাত মলিকিউলাৰ মেথড বা আনৱিক পদ্ধতি অধিক ফলপ্ৰসূ হিচাপে পৰিগণিত। নিউক্লিক এচিডৰ ওপৰত নিৰ্ভৰ কৰি কৰা হোৱা মলিকিউলাৰ বা আনৱিক পদ্ধতি সম্প্ৰতি কিছু বছৰ ধৰি জীৱবিজ্ঞান, প্ৰজাতিসমূহৰ চিনাক্তকৰণ আৰু বিভাজন, অনুজীৱৰ প্ৰকাৰ, সংক্ৰমণ ৰোগৰ চিনাক্তকৰণ আৰু প্ৰতিকাৰ, কৰ্কট জীৱবিজ্ঞানৰ জ্ঞান, ফৰেনচিক বিজ্ঞান ইত্যাদি বিষয়ত বহুলভাৱে ব্যৱহৃত হৈছে। ইয়াৰ প্ৰচুৰ সুবিধা আৰু সম্ভাৱনা থকা সত্ত্বেও উন্নয়নশীল দেশসমূহত ইয়াৰ প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু ব্যৱহাৰকাৰীৰ দক্ষতা এতিয়াও অতি সীমিত হৈ আছে। এই দিশত প্ৰয়োজনীয় পৰিৱৰ্তন সাধন কৰিবলৈ হ’লে প্ৰতি শেষ ব্যৱহাৰকাৰী (End user) ক ইয়াৰ সুবিধাৰ দিশটোৰ প্ৰতি সজাগ কৰি তুলিব লাগিব আৰু ইয়াৰ গৱেষণা অনুশীলনৰ জ্ঞান প্ৰদান কৰিব লাগিব। মলিকিউলাৰ বায়লজিৰ এডভান্সড্ টেকনিকৰ প্ৰয়োগৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰিবলৈ সম্প্ৰতি নিৰ্বাচিত শিক্ষক, গৱেষকসকলক লোৱা হৈছে যাতে তেওঁলোকে তেওঁলোকৰ গৱেষণাৰ সময়ছোৱাত ফলপ্ৰসূতাৰে এই কৌশলসমূহ প্ৰয়োগ কৰি সমাজৰ উপকাৰ সাধন কৰিব পাৰে।
নালাগে
ডক্তৰ টি. ৰামামূৰ্তি
নেশ্যন্যাল চেয়াৰ, ট্ৰ্যান্সলেশ্যনেল হেলথ্
চায়েন্স এণ্ড টেকনলজী ইনষ্টিটিউট
এন.চি.আৰ বায়টেক চায়েন্স ক্লাষ্টাৰ
ফৰিদাবাদ ১২১ ০০১, হাৰিয়ানা
ডক্তৰ এ. কে. ভাৰ্মা
প্ৰিন্সিপাল ইনভেষ্টিগেটৰ,
এ.চি.টি.আৰ.ই.চি, মুম্বাই
ডক্তৰ উৎপল বৰা
প্ৰফেচৰ
ডিপাৰ্টমেণ্ট অৱ বায়’চায়েন্সেচ এণ্ড বায়’এঞ্জিনীয়াৰিং,
আই.আই.টি, গুৱাহাটী
ডক্তৰ জি.আৰ. ৰাউত
প্ৰফেচৰ এণ্ড হেড,
ডিপাৰ্টমেণ্ট অৱ এগ্ৰিকালচাৰেল বায়টেকনলজী,
উড়িষ্যা ইউনিভাৰচিটি অৱ এগ্ৰিকালচাৰ এণ্ড টেকনলজী, ভূৱনেশ্বৰ
ডক্তৰ এন. সন্থিল কুমাৰ
প্ৰফেচৰ এণ্ড হেড,
ডিপাৰ্টমেণ্ট অৱ বায়টেকনলজী,
মিজোৰাম ইউনিভাৰচিটি, আইজল, মিজোৰাম