মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা পশুপালন আৰু পশুচিকিৎসা সঞ্চালকালয়

বীৰ্যৰ মূল্য আৰু উপলব্ধতা

জমা ৰখা বীৰ্যৰ মূল্য

  • প্ৰতি পৰিমাণ জমা ৰখা বীৰ্যৰ ইয়াৰ অনুসংগীক সঁজুলি যেনে (Sheath, পনীয়া নাইট্ৰ’জেন আৰু হাতমোজা) ৰ সৈতে ৫০ টকা।
  • বৃহৎ অংশ (কমেও ১০০০ ৰ পৰা ৫০০০ বীৰ্য বীজ) আনুসংগীক সঁজুলি অবিহনে ফ্ৰ’জেন চীমেন বেংকত মূল্য প্ৰতি পৰিমাণ (Dose) ত ১৮ টকা।
  • ক্ষেত্ৰৰ বাহিৰত বীৰ্য প্ৰদানৰ অতিৰিক্ত দাম লোৱা হয়। ‘এ এল ডি এ’ ই নূন্যতম ১৫,০০০ ড’ছ পৰিমাণ মূলপথেৰে গৈ প্ৰয়োজনীয় স্থানসমূহত প্ৰদান বা বিতৰণ কৰে।

বিক্ৰীৰ বাবে উপলব্ধ জমা হোৱা বংশভিত্তিক বীৰ্যসমূহ

বীৰ্যৰ প্ৰকাৰউপলব্ধ ৰাশি
Pure Breed Jersey Frozen semen১,২৭,৪৪৩
Pure Breed Jersey Frozen semen৮১,৭৪১

যোগাযোগৰ ব্যক্তি:

ডাঃ এছ. কে. দাস
বীৰ্য বিতৰণ বিষয়া
চেণ্ট্ৰেল ফ্ৰ’জেন চীমেন বেংক
খানাপাৰা, গুৱাহাটী
দূৰভাষ: ৯৪৩৫৫৫৮১৮০

বিস্তৃত তথ্যৰ বাবে ‘ALDA’ ৰ ৱেবচাইট দৰ্শন কৰক।